Online Assamese Short Film Competition

সঙ্গীত স্কুল অৱ ড্ৰামা আৰু লোক কৃষ্টি কলা কেন্দ্ৰৰ সৌজন্যত " সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ " অনলাইন অসমীয়া চুটি ছৱি প্ৰতিযোগিতাঃ

গাঞে ভুঞে চহৰে নগৰে সোমাই থকা প্ৰতিভাবান জনক প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ আগত চিনাকী কৰি দিবলৈ ৰঙিয়াৰ সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনে অহৰহ কাম কৰি আছে ।, কমেন্ট আৰু শ্বেয়াৰৰ লগতে অসমৰ প্ৰতিস্থিত শিল্পীয়ে এই প্ৰতিযোগিতাৰ বিচাৰ কৰিছে। প্ৰতিযোগিতাৰ'ব।

এই সাংস্কৃতিক পৰিক্ৰমা

প্ৰতিযোগিতাৰ   নিয়মাৱলী সমূহৰ ভিতৰত আছে

·  ছবিৰ ভাষা অসমীয়া হ'বই লাগিব।

·  প্ৰতিযোগীতালৈ পঠোৱা চুটি ছবি সমুহৰ কাহিনী মাৰ্জিত আৰু আদৰ্শগত হ'ব লাগিব।

·  মোবাইল বা যিকোনোRecording কৰি MP4 FORMATE Editing কৰি ছবিখন ৩১ আগষ্ট ২০২০ ৰ ভিতৰত ওৱাটচাপ্ বা ইমেইল যোগে আমালৈ পঠিয়াব লাগিব। প্ৰতিযোগিতাৰ বাবে ভৰ্তি মাচুল ৩০০ টকা সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ,আৰু 99542 41847 ৰ লগত যোগাযোগ কৰিব পাৰে।

·  ছবিখনৰ সময়সীমা ৫ মিনিটৰ পৰা ৬ মিনিট হ'ব লাগিব।

·  শিল্পী কলা-কুশলীৰ বয়সৰ কোনো সময়সীমা নাই। ইচ্ছুকসকলে এখনতকৈ অধিক ছবিও পঠাব পাৰিব।

·  ছবি সমূহ সাংস্কৃতিক পৰিক্ৰমা ইউটিউব চেনেল যোগে প্ৰচাৰ কৰা হ'ব আৰু প্ৰতিযোগীসকলে কেৱল এই চেনেলৰ লিংক ফেচবুক বা বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিব লাগিব। অংশগ্ৰহণ কৰা ছবিৰ একতৃতীয়াংশView's ৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হ'ব। আৰু এই নিৰ্বাচিত, আৰু শ্ৰেষ্ঠ অভিনেতা/অভিনেত্ৰী আদি নিৰ্বাচন কৰা হ'ব ।

·  শ্ৰেষ্ঠ ছবিখনক প্ৰয়াত ৺-হৰপতি কলিতা সোঁৱৰণী

·  ২য় শ্ৰেষ্ঠ ছবিখনক প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মা সোৱৰণী বটা

·  ৩য় শ্ৰেষ্ঠ ছবিখনক প্ৰয়াত কৰুণাধৰ ডেকা সোৱঁৰণী বটা প্ৰদান কৰা হব।

                                                                                              -অসীম ভাগৱতী

Post a Comment

Previous Post Next Post