You and Me
তুমি আৰু মই

 তুমি মোৰ শীতৰ ৰাতি
জাৰত উৰা এখন গৰম কম্বল
বাগৰ সলাও ঘনাই
কৰক কৰক শব্দ বিছনাৰ
মেৰিয়াই লও জোৰেৰে
ভাগৰ নালাগে
তোমাৰ বুকুৰ ওপৰত বগাই থাকিলে
সাৱটি ধৰাহি জোৰেৰে
যৌৱনৰ বলিয়া বানত

তোমাৰ ওঠত আকি দিলো
প্ৰেমৰ ৰেখা
চুহি চুহি খাও পিয়াহৰ
মৌ মিঠা লৱণু
ফুলশয্যা নিশাটো
তোমাৰ বুকুতে বাগৰো
কেচা যৌৱনৰ উত্তাপত
মিলিত হয় তোমাৰ আৰু মোৰ লিংগদ্বয়
সাৱটি লও জোৰেৰে শুই থাকো নিশাটো তোমাৰ বুকুত
হিতেশ চন্দ্ৰ কলিতা 

Post a Comment

Previous Post Next Post