Assamese Actress Gayatree Borah | Jonali LLB
       অভিনয় জগতত গায়ত্ৰী।অসমৰ সাংস্কৃতিক জগত খনত সৰুৰে পৰা নিজৰ একাগ্ৰতাৰ ফলত সুপৰিচিত হৈ পৰিছে গায়ত্ৰী বৰা। শাস্ত্ৰীয় নৃত্যত দক্ষতা থকা গায়ত্ৰীয়ে ভাৰতনাট্যমত বিশাৰদ ডিগ্ৰী অৰ্জন কৰেকেবাখনো ধাৰাবাহিক,ভিডিঅ ছৱিৰ লগতে ভ্ৰাম্যমান নাট্যদলত
অভিনয় কৰি গায়ত্ৰীয়ে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আহক চোন পলম নকৰি গায়ত্ৰীৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰো...


Post a Comment

Previous Post Next Post