Assamese playback singer/recording artist/live stage performer: Minakshi Madhupriya
            বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰতে বিভিন্ন আমোদজনক ঘটনাৰ সন্মুখীন হও, এবাৰ অনুষ্ঠান পৰিবেশন কৰি থাকোতে ৭ জন মান মানুহে একেলগে গীত গাৱৰ বাবে অনুৰোধ কৰিছিল, তাতোকৈ আচৰিত যে সকলোৰে অনুৰোধ বেলেগ বেলেগ আছিল। যিটো একেলগে সম্ভৱ নাছিল...

 


  



1 Comments

Post a Comment

Previous Post Next Post