Assamese Actress Popy Kakati | Du Du Dubai

জনপ্ৰিয় অসমীয়া মেগাচিৰিয়েল বেহৰবাৰী আউট পোষ্ট, ঐ খাপলা, কৰ্ণ,খিচিৰিত অভিনয় কৰা, 2019 Silver Camera Award আৰু তৃতীয় সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দ্বিতীয় স্থান প্ৰাপ্ত শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া কথাছৱি কানীন-এ চিক্ৰেট চাৰ্চ অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা আৰু ডু ডু ডুবাই বোলছৱিৰ তুমি সূৰুযৰ ৰং সানি দিলা গীতত অভিনয় কৰি বিশেষ চৰ্চা লাভ কৰা, লগতে ৰেঙনি চেনেলৰ সুন্দৰপুৰ গেষ্ট হাউচমেগাচিৰিয়েলৰ জনপ্ৰিয় কৌতুক অভিনেত্ৰী তথা জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ নেতৃত্বত পৰিচালিত অভিনয়াৰ ছাত্ৰী পপী..








Post a Comment

Previous Post Next Post