Assamese Actress Bhranti Medhi


 .....এদিন আমি কেইজনমান বন্ধু-বান্ধৱীৰ সৈতে ৰেষ্টুৰেন্টত কফি খাই থকা সময়তে এজন যুৱকে উঠি আহি মোক হঠাৎ কৈছিল- “ভ্ৰান্তি, তোমাক যদি মোৰ ভাল লগা বুলি কওঁ, তেতিয়া তুমি কি বুলি উত্তৰ দিবা” সকলোৰে আগতে তেনেকে কোৱাতে মই কফি কাপ টেবুলত থৈ ‘পিছত কম’ বুলি কৈ মই কাকো মাত নিদিয়াকৈ ওলাই আহিছিলো.....।

আহক চোন পলম নকৰি আমি ভ্ৰান্তি মেধিৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ...

 
 
  
 

Post a Comment

Previous Post Next Post