প্ৰাপ্তিৰ সীমনা -পুনম নাথ

প্ৰাপ্তিৰ সীমনা
প্ৰাপ্তিৰ সীমনা ক'ত থাকে.?
শ্বাসৰ পৰিধি কিমান হ'ব পাৰে.?

ৰৈ যোৱা হেঁপাহত আৰু
কিমান আধৰুৱা আশা..
এজাৰ বুলিয়া হেজাৰ সপোনত
বাৰু কিহে
বাৰে বাৰে
বেজাৰৰ প্ৰাচীৰ ঢাকে..
তথাপি
আশাৰ এটি আশাই জীয়াই ৰাখে ...
                                                   ✍পুনম নাথ


Post a Comment

Previous Post Next Post